Assam GK PDF | Download 252+ Most Important Assam GK Free PDF: Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 250+ most important Assam GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.
Assam GK PDF is a special set of 250+ most important Assam General Knowledge MCQ‘s that are asked in various competitive exams in Assam. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read and download the Assam GK PDF from the link given below.

Download ৰ Link একেবাৰে তলত দিয়া হৈছে। Check কৰক
👇👇👇👇👇👇
Assam GK PDF
১) অসমৰ পুৰণি নাম কি?
উত্তৰঃ কামৰূপ ।
২) প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি ?
উত্তৰঃ ৰত্নপীঠ, 2) কামপীঠ 3) স্ৱৰ্ণপিঠ আৰু 4) সৌমাৰ পিঠ।
3) বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায়?
উত্তৰঃ ৰঘুনাথ চৌধীৰীক।
4) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ হেম সৰস্বতীৰ “প্ৰহ্লাদ চৰিত”।
5) ইংৰাজৰ পৰা “ছাৰ” উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ ছাৰ চৈয়দ চাদুল্লা।
6) সাহিত্য অকাডমী বঁটা লাভ কৰা “ককাদেউতাৰ হাড় ” পুথিখনৰ লেখক কোন?
উত্তৰঃ নৱকান্ত বৰুৱা।
7) সংস্কৃতৰ পৰা অসমীয়ালৈ অনৃদিত হোৱা প্ৰথম নাটকখন কি আছিল?
উত্তৰঃ শকুন্তলা (লম্বোদৰ বৰা)।
8) অসমৰ প্ৰথম চনেট কবি কোন আছিল?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।
9)প্ৰাক্ বৈষ্টৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?
উত্তৰঃ মাধব কন্দলি আৰু হেম সৰস্বতী।
10) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?
উত্তৰঃ মাধৱদেৱ।
11) অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
উত্তৰঃ 1948 চনত (গুৱাহাটী) ।
12) প্ৰথম অসমীয়া অনাতাঁৰ নাত?
উত্তৰঃ বীন বৰাগীয।
13) ‘বাঁহী’ ৰ প্ৰথম সম্পদক কোন আছিল?
উত্তৰঃ লক্ষ্মনাথ বেজৱৰুৱা।
14) ৈচয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
উত্তৰঃ প্ৰেম অমৃতৰ নদী।
অসম সাহিত্য সভাৰ প্ৰতীতটো কোনে আঁকিছিল?
উত্তৰঃ যুগল দাসে।
15)প্ৰথম অসমীয়া সংহীত সাধনাৰ পুথিখনৰ নাম কি?
উত্তৰঃ সংগীত কোষ।
16) লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘মানুহ বিচাৰি’ নামৰ পুথিৰ বাবে।
17) “আৱাহন” ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ দীননাথ শৰ্মা ।
18) অসমীয়া ভাষাত প্ৰথম ব্যাকৰন ৰচোঁতা কোন আছিল?
উত্তৰঃ ৰবিন্সন (১৮৯৩ খ্ৰীঃ)
19) অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোতিয়াৰ পৰা হয় ?
উত্তৰঃ ‘জোনাকী’ কাকত ওলোৱাৰ পৰ।
20)অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
Free তে Download কৰিবলৈ আমাৰ YouTube Channel টো আপোনালোকে Subscribe কৰি এই Link ত গৈ Screenshot দিয়ক
Whatapps No: 8811923758
- Subscribe Link: Click Here
- Send ScreenShot: 8811923758
Subscribe কৰাৰ পিছত PDF File Whatapps ত দিয়া হব
👇👇👇👇👇👇
অসম অংগনৱাড়ী নিযুক্তি 2023
Helpful
Hi
babu nath
Many people off their subscription after receiving the pdf , don’t do it.be humble , i request everyone….
Be humble don’t remove your subscription after getting the pdf ,okk
Hi
Grade 3
Hi
Hi