Assam Police 4807 New Vacancy Recruitment 2023
অসম পুলিচৰ আজি-কালিতে অৰ্থাৎ এই কেইদিনতে আৰম্ভ হ’ব Apply মুঠ 4807 পদৰ! য’ত অসমৰ সকলো ইচ্ছুক নিবনুৱা যুৱক-যুৱতীয়ে কৰিব পাৰিব Online যোগে Apply.
Assam Police 4807 New Vacancy Recruitment 2023 Vacancy Details :
অসম পুলিচত যদিও Cm Sir বা DGP Sir সংবাদ মাধ্যম যোগে 5000 মান খালি পদ আছে বুলি এতিয়ালৈ জনাই আহিছে কিন্তু তাৰ পৰিৰ্বতে অসম পুলিচত কিছুদিন আগত মুঠ 4807 টা পদ হে খালি হোৱা দেখা গৈছে কিয়নো 4807 টা পদৰ হে Promotion হোৱা দেখা গৈছে। আৰু এই পদ সমূহ হ’ল ক্ৰমে Ab/Ub/Si/Asi/Hc আৰু Havildar আদি।
Read More: Chandrayaan-3 Related Questions and Chandrayaan-3 Online Mock Test
✔️✔️📢📢DME ৰ 2008 পদৰ Exam ৰ বাবে বা অসম চৰকাৰৰ এই দ্বিতীয় বৃহৎ নিযুক্তি ADRE 2.0 Grade-III|IV বা Assam Police ৰ সকলো পদৰ Exam ৰ বাবে ( চন 2000-2021 চনলৈ ) বিভিন্ন পৰীক্ষাত আহি থকা পুৰনি প্ৰশ্ন কাকত সমূহৰ ওপৰত নিভৰ কৰি প্ৰস্তুত কৰা Common Pdf লবলৈ যোগা-যোগ কৰক :
8473859389 ( WhatsApp ত Msg কৰাৰ লগে লগে Reply নাপালে অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰিব)
Assam Police 4807 Vacancy Online কেতিয়াৰ পৰা আৰম্ভ হ’ব? :
যিহেতু অসমৰ মুখ্যমন্ত্ৰী ড°. হিমন্ত বিশ্ব ৰ্শমাই সংবাদ মাধ্যম যোগে জনাই আহিছে অসমত নতুনকৈ ২২হাজাৰ মান grade-3/4 vacancy এই চলিত মাহ ছেপ্টেম্বৰতে মুকলি হ’ব বুলি! গতিকে অসম পুলিচৰ পদ সমূহও যিহেতু এই ২২হাজাৰতে পৰে গতিকে এই ছেপ্টেম্বৰ নাইবা অক্টোবৰ মাহৰ আৰম্ভনিতে এই Assam Police ৰ মুঠ 4807 টা 10th/12th আৰু Degree পাচ পদৰ Apply আৰম্ভ হোৱাটো 100% খাতাং!
ধন্যবাদ😍👍🏽
✍🏿উৎপল ডেকা!
Yes
For more details of Assam police 5000 posts (AB,UB,SI,COMMANDO ETC.)
https://studyforchange1m.blogspot.com/2023/08/assam-police-recruitment-2023-apply.html