WhatsApp Group Join Now
Telegram Group Join Now

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনি 2023- ২/৩আৰু ৫ লাখ টকাকৈ!

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনি 2023-২/৩আৰু ৫ লাখ টকাকৈ!

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনি সৰ্ম্পকে ইতিমধ্যে হিমন্ত Sir এ সকলোকে জনাই দিছে যে-অসমৰ ১ লাখ নিবনুৱাক এই সুবিধা প্ৰদান কৰিব বুলি!

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনিৰ বাবে শিক্ষা ?

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনিৰ বাবে শিক্ষা ক্ৰমে তলত উল্লেখ কৰা ধৰনৰ হ’ব লাগিব-

  • ৮ পাচ
  • ১০/১২ পাচ
  • B.a পাচ।

Read More: Gauhati Medical College Recruitment 2023

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনিৰ বাবে বয়স :

  • Ur : 18-40
  • Obc/Mobc : 18-43
  • Sc/St : 18-45
  • UR PWD : 18-50
  • UR OBC/MOBC : 18-53
  • UR SC/ST : 18-55

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনিৰ বাবে দৰকাৰী নথিপএ

  • ৮পাচ হলে ৮ পাচ সকলো নথিএ Income Certificate Caste Certificate Ur হলে Ews Certificate
  • ১০/১২ পাচ হলে ১০/১২ পাচ সকলো নথিএ Income Certificate Caste Certificate Ur হলে Ews Certificate
  • B.a পাচ হলে B.a পাচ সকলো নথিএ Income Certificate Caste Certificate Ur হলে Ews Certificate আদি।

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনিৰ বাবে কোনে কিমানকৈ টকা পা’ব? :

  • ৮ পাচে ২ লাখকৈ!
  • ১০/১২ পাচে ৩লাখকৈ!
  • b.a পাচে ৫লাখকৈ।

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনিৰ বাবে Apply প্ৰক্ৰিয়া :

মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনিৰ বাবে প্ৰথমে ২৩ ছেপ্টেম্বৰৰ পৰা Registration হোৱাৰ কথা গতিকে registration Links আহিলেই খবৰ পাবলৈ আমাৰ এই Website টো বাৰে বাৰে চাই থাকক আপুনি সদাই এই কেইদিন ধন্যবাদ।✍🏿উৎপল ডেকা।

Important Link

Online Registration FormClick Here 
Online Application Form24/10/2023
Official Notification23/09/2023
Cabinet Meeting UpdateClick Here
Official WebsiteClick Here

18 thoughts on “মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আচনি 2023- ২/৩আৰু ৫ লাখ টকাকৈ!”

Leave a comment