Big Breaking Adre 2.0~22000 Vacancy Apply Big Breaking Adre 2.0~22000 Vacancy Apply মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব ৰ্শমাই আজি 25.09.2023 ত ঘোষণা দিছে যে এতিয়াৰে পৰা প্ৰতি বছৰে ক্ৰমে 2026 চনলৈ Adre 2.0 ADRE 3.0 ADRE 4.0 নামে Grade-III|IV Vacancy আহিয়ে থাকিব!
ADRE 2.0 GRADE-III/IV 22000 Vacancy Apply Date :
ADRE 2.0 GRADE-III/IV 22000 Vacancy Apply সৰ্ম্পকেও আজি 25 ছেপ্টেম্বৰত Cm Sir এ ঘোষণা দিয়ে যে এই মাহৰ ভিতৰতে Apply আৰম্ভ হ’ব। গতিকে এই মাহৰ আৰু 5 টা দিন হে আছে সেয়ে Cm Sir এ কোৱামতে এই 5 দিনৰ ভিতৰতে Adre 2.0 ৰ Advertisement আহিব লাগে।
গতিকে ✔️✔️✔️📢📢 DME ৰ 2008 পদৰ Exam ৰ বাবে বা অসম চৰকাৰৰ এই দ্বিতীয় বৃহৎ নিযুক্তি ADRE 2.0 Grade-III|IV সকলো পদৰ Exam ৰ বাবে ( চন 2000-2021 চনলৈ ) বিভিন্ন পৰীক্ষাত আহি থকা পুৰনি প্ৰশ্ন কাকত সমূহৰ ওপৰত নিভৰ কৰি প্ৰস্তুত কৰা Common Pdf লবলৈ যোগা-যোগ কৰক :8473859389 ( WhatsApp ত Msg কৰাৰ লগে লগে Reply নাপালে অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰিব)
ধন্যবাদ👍🏽
✍🏿উৎপল ডেকা।✍🏿
Mi 9pss
Me BA Pass Major Assamese